ভাৰতীয় উপমহাদেশে স্বাধীনতাৰ দিশলৈ অগ্ৰসৰ হোৱাৰ লগে লগে, ইয়াক অভূতপূৰ্ব হিংসাই গ্ৰাস কৰিছিল। গান্ধীজীৰ প্ৰাৰ্থনা বক্তৃতাসমূহ মাধ্যম হৈ পৰিল যাৰ জৰিয়তে তেখেতে শান্ত হোৱা আৰু মানসিক সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছিল। এই প্ৰাৰ্থনা বক্তৃতাসমূহ অন ইণ্ডিয়া ৰেডিঅ'ই ৰেকৰ্ড কৰিছিল আৰু সমগ্ৰ উপমহাদেশতে প্ৰচাৰিত কৰিছিল। ইয়াত তাৰে এক সংগ্ৰহ উপস্থাপন কৰা হৈছে।

Gandhi Heritage Portal by Sabarmati Ashram Preservation and Memorial Trust is licensed under Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International